মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ অনাময়

স্বচ্ছ ভাৰত অভিযান গ্ৰামীন বাৰ্ষিক কাৰ্য্যকৰীকৰণ আঁচনি

১৯৯৯ চনত আৰম্ভনীৰে পৰা অসম চৰকাৰে সম্পূৰ্ণ অনাময় অভিযান হিচাপে অনাময় আঁচনিখন কাৰ্য্যকৰীকৰণ কৰিছে। আঁচনিখন ডেৰ দশক ধৰি কাৰ্য্যকৰী কৰাৰ পিচত ২০১৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখৰ হিচাপ মতে ৰাজ্যখনৰ গ্ৰাম্যঞ্চলৰ ৩৭.১০ লাখ পৰিয়ালে অনাময় আঁচনিৰ অধীনত শৌচাগাৰ লাভ কৰিছে। যিয়ে হওঁ, ১৯.৬৭ লাখ পৰিয়ালে এতিয়াওঁ অনাময় আচঁনিৰ শৌচাগাৰ লাভ কৰিবলৈ বাকী আছে। আকৌ ইতিমধ্যে সাজি উঠা অনাময় শৌচাগাৰৰ এক বুজন সংখ্যক প্ৰায় ৬৩৭২৬৪ টা (প্ৰায় ২৭.৫২ %)অকাৰ্য্যকৰী হৈ গৈছে, কিয়নো সেই বিলাক সাজোতে অতি কম মূল্যৰ সাজ-সঁজুলি ব্যৱহাৰ কৰা হৈছিল, আৰু সেইবোৰ এতিয়া উন্নতমানৰ/ পুনৰ নিৰ্মান কৰিব লগীয়া হৈ আছে।

ৰাজ্যঃ অসম

কাৰ্য্যকৰী কৰা এজেঞ্চীঃ ৰাজ্যিক স্তৰতঃএছ.ডব্লিউ.এছ.এম.- নামাকৰণ কৰা হৈছে ৰাজীৱ গান্ধী গ্ৰাম্য পানী যোগান আৰু স্বাস্থ্য প্ৰণালী অভিযান(RGRWSM)

(ক) শীৰ্ষ্ পদাধিকাৰ অসমৰ মূখ্য সচিব ডাঙৰীয়াৰ অধ্যক্ষতাত

(খ) ৰাজ্যিক স্তৰত কাৰ্য্যবাহী কমিটি

অধ্যক্ষঃ- অসম চৰকাৰৰ, জ্যেষ্ঠ সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ

সদস্য সচিবঃ- অসম চৰকাৰৰ সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ

Downloads
TitleSizeDetail
Swachh Bharat Mission (Gramin) Annual Implementation Plan 2017-181.73 MBswf-image